গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত APSCৰ ADO কেলেংকাৰীৰ বিচাৰ প্রক্রিয়া ক্ষীপ্রগতিত আৰম্ভ হৈছে। ইয়াৰ মাজতে বিচাৰ প্রক্রিয়া বিলম্ব কৰিবলৈ অপচেষ্টা কৰি ন্যায়ালয়ৰ ৰোষত পৰিছে গোচৰটোৰ মূল অভিযুক্ত মৃগেন হালৈ। শনিবাৰে গোচৰটোৰ শুনানি গ্রহণ কৰি মৃগেন হালৈক ১০ হাজাৰ টকাৰ জৰিমনা বিহে ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ আদালতে।
#Pratidintime #assamnews #assam


コメント